বিচাৰ বুদ্ধিবিচাৰ-খোঁচাৰ
বিচাৰ শক্তি (Assamese) [ Roman: bi.sar xok.ti]
Contributed by: Vikramjit Kakati on 2011-09-23
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-07-02
English: intellect, intelligence, merit, sharpness, wisdom,
Assamese: অৱবোধ, আকল, ঘিঁউ, চম্বিত, তীক্ষ্ণতা, ধাৰণাশক্তি, ধী, ধী-শক্তি, প্ৰজ্ঞা, প্ৰজ্ঞান, প্ৰতিভান, বিচাৰ শক্তি, বিবুধান, বুদ্ধি, বুদ্ধি-বৃত্তি, বুদ্ধিমত্বা, বোধ, বোধশক্তি, মনীষা, মানসিক শক্তি, মেধা, সূক্ষ্মবুদ্ধি,
Bodo: बुद्धि, सोलो, बुद्धि,
Mising: pinnyo,
Khasi: ka dor,
Garo: kragipa,
Karbi: bidi, phu ingcho,
Nagamese: buddhi, gyan, jugyota,
Deori: দিচি, ৰিমু
বিচাৰ শক্তি (Assamese) [ Roman: bi.sar xok.ti]
Contributed by: Vikramjit Kakati on 2011-09-23
1. (Abstract Noun) the state or quality of applying appropriate logic and reasoning যথোচিত যুক্তি আৰু কাৰণ ব্যৱহাৰ কৰিব পৰা শক্তি
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2010-07-02
2. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|